মঙলবাৰে নিউয়ৰ্ক (New York)ৰ ব্ৰুকলিন (Brooklyn)ত গুলীচালনাৰ ঘটনাত কেইবাজনো লোক আহত হয়।
মঙলবাৰে নিউয়ৰ্ক (New York)ৰ ব্ৰুকলিন (Brooklyn)ত গুলীচালনাৰ ঘটনাত কেইবাজনো লোক আহত হয়।
মঙলবাৰে নিউয়ৰ্ক (New York)ৰ ব্ৰুকলিন (Brooklyn)ত গুলীচালনাৰ ঘটনাত কেইবাজনো লোক আহত হয়। নিউয়ৰ্কৰ অগ্নিনিৰ্বাপক বাহিনীয়ে খবৰ পোৱা মাত্ৰকে ছানছেট পাৰ্কৰ সমীপত ধোৱা ওলোৱাৰ খবৰো লাভ কৰে। কেইবাটাও বিস্ফোৰণ নোহোৱা কেইবাটাও ডিভাইচ উদ্ধাৰ কৰে।
AFPৰ বাতৰি মতে মুঠ ১৩গৰাকী লোক আহত হৈছে। প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা মতে এজন গেছ মাস্ক আৰু কমলা ৰঙৰ কনষ্ট্ৰাকচন ভেষ্ট পিন্ধা লোক এজনে এই কাণ্ড কৰা বুলি সন্দেহ কৰা হৈছে। ব্ৰুকলিনৰ 36 ষ্ট্ৰীট ষ্টেছনত এই ঘটনা হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|