বিশ্বকাপত সৰ্বাধিক ছিক্স কোবোৱাৰ তালিকাত কোন ভাৰতীয় ?

বিশ্বকাপৰ খেলত ছয় মৰাত থাকে অন্য এক মাদকতা । বিশ্বকাপৰ ইতিহাসত বিশ্বৰ বহু আগশাৰীৰ খেলুৱৈয়ে সৰ্বাধিক ছিক্স মাৰি গঢ়িছে বিভিন্ন ৰেকৰ্ড ।

news18assam
Updated:May 18, 2019, 4:42 PM IST
বিশ্বকাপত সৰ্বাধিক ছিক্স কোবোৱাৰ তালিকাত কোন ভাৰতীয় ?
বিশ্বকাপৰ খেলত ছয় মৰাত থাকে অন্য এক মাদকতা । বিশ্বকাপৰ ইতিহাসত বিশ্বৰ বহু আগশাৰীৰ খেলুৱৈয়ে সৰ্বাধিক ছিক্স মাৰি গঢ়িছে বিভিন্ন ৰেকৰ্ড ।
news18assam
Updated: May 18, 2019, 4:42 PM IST
বিশ্বকাপৰ খেলত ছয় মৰাত থাকে অন্য এক মাদকতা । বিশ্বকাপৰ ইতিহাসত বিশ্বৰ বহু আগশাৰীৰ খেলুৱৈয়ে সৰ্বাধিক ছিক্স মাৰি গঢ়িছে বিভিন্ন ৰেকৰ্ড । বিশ্বকাপত সৰ্বাধিক ছয় মৰাৰ তালিকাৰ শীৰ্ষত আছে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ এ বি ডিভিলিয়াৰ্ছ । বিশ্বকাপত সৰ্বমুঠ ৩২ টা ছিক্স মাৰিছে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈজনে ।



সেইদৰে ৩১ টা ছিক্স মাৰি তালিকাৰ দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙ ।



২৯ টা ছিক্স মাৰি তালিকাৰ তৃতীয় স্থানত আছে ৱেষ্ট ইণ্ডি়জৰ বিস্ফোৰক বেটচমেন ক্ৰিচ গেইল



২৮ টা ছিক্স মাৰি চতুৰ্থ  স্থানত দক্ষিণ আফ্ৰিকাৰ হাৰ্চেল গিবচ্



সেইদৰে সৰ্বমুঠ ২৭ টা ছিক্স কোবাই তালিকাৰ চতুৰ্থ স্থানত ভাৰতীয় ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ ।

আৰু চাওক পৰৱৰ্তী বাতৰি