মস্কোত ভংয়কৰ দুৰ্ঘটনা, চাওক এই ভিডিঅ’

News18-Assam
Updated:May 6, 2019, 9:32 AM IST
মস্কোত ভংয়কৰ দুৰ্ঘটনা, চাওক এই ভিডিঅ’
মস্কোৰ চেৰেমেটিভো বিমান বন্দৰত জৰুৰী অৱতৰণ কৰোৱাৰ সময়তেই বিস্ফোৰণ ঘটে বিমানখনত।

মস্কোৰ চেৰেমেটিভো বিমান বন্দৰত জৰুৰী অৱতৰণ কৰোৱাৰ সময়তেই বিস্ফোৰণ ঘটে বিমানখনত।

  • Share this:
মস্কোত ভয়ংকৰ বিমান দুৰ্ঘটনা, কমেও ৪১জন লোকৰ প্ৰাণহানি। নিহতৰ ভিতৰত আছে দুটি শিশুও, লগতে আহত কেইবাগৰাকীও যাত্ৰী সম্প্ৰতি চিকিত্সালয়ত চিকিত্সাধীন। মস্কোৰ চেৰেমেটিভো বিমান বন্দৰত জৰুৰী অৱতৰণ কৰোৱাৰ সময়তেই বিস্ফোৰণ ঘটে বিমানখনত। গুৰুতৰ কাৰিকৰী বিজুতিৰ ফলত জৰুৰীকালীন অবতৰণ কৰাবলৈ বাধ্য কৰোৱা হৈছিল মুঠ ৭৮গৰাকী যাত্ৰী কঢ়িওৱা জেট বিমানখন।

আৰু চাওক
পৰৱৰ্তী বাতৰি