உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • 'Mom, Dad, I Love You', ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভাইৰেল এজন সেনাৰ মেছেজ

    'Mom, Dad, I Love You', ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভাইৰেল এজন সেনাৰ মেছেজ

    image-Reuters

    image-Reuters

    ভিডিঅ'টোত ইউক্ৰেইনৰ সেনা বুলি লিখা আছে যদিও সেয়া কিমান দূৰ সৈত্য সেয়া স্পষ্ট নহয়। কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছৰে পৰা বহুতেই যুদ্ধৰ বিৰুদ্ধে মতপোষণ কৰিছে।

    • Share this:
    ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছৰে পৰা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নানা ছবি আৰু ভিডিঅ'। শেহতীয়াকৈ ভাইৰেল এজন সৈন্যৰ ভিডিঅ' য'ত তেওঁ নিজৰ পিতৃ-মাতৃক উদ্দেশ্যি দিছে এক বাৰ্তা- 'Mom, Dad, I Love You'.

    এজন টুইটাৰ ইউজাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে।



    এই ভিডিঅ'টো আচলতে ৰাছিয়া নে ইউক্ৰেইনৰ সেনাৰ সেয়া স্পষ্ট হোৱা নাই। ভিডিঅ'টোত ইউক্ৰেইনৰ সেনা বুলি লিখা আছে যদিও সেয়া কিমান দূৰ সৈত্য সেয়া স্পষ্ট নহয়। কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছৰে পৰা বহুতেই যুদ্ধৰ বিৰুদ্ধে মতপোষণ কৰিছে।
    Published by:Manjumoni Borah
    First published: