ভিডিঅ'টোত ইউক্ৰেইনৰ সেনা বুলি লিখা আছে যদিও সেয়া কিমান দূৰ সৈত্য সেয়া স্পষ্ট নহয়। কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছৰে পৰা বহুতেই যুদ্ধৰ বিৰুদ্ধে মতপোষণ কৰিছে।
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছৰে পৰা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নানা ছবি আৰু ভিডিঅ'। শেহতীয়াকৈ ভাইৰেল এজন সৈন্যৰ ভিডিঅ' য'ত তেওঁ নিজৰ পিতৃ-মাতৃক উদ্দেশ্যি দিছে এক বাৰ্তা- 'Mom, Dad, I Love You'.
এজন টুইটাৰ ইউজাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে।
এই ভিডিঅ'টো আচলতে ৰাছিয়া নে ইউক্ৰেইনৰ সেনাৰ সেয়া স্পষ্ট হোৱা নাই। ভিডিঅ'টোত ইউক্ৰেইনৰ সেনা বুলি লিখা আছে যদিও সেয়া কিমান দূৰ সৈত্য সেয়া স্পষ্ট নহয়। কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছৰে পৰা বহুতেই যুদ্ধৰ বিৰুদ্ধে মতপোষণ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|