ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য -ভেকছিন হৈছে মানৱতাৰ সেৱা।

News18 Assam | News18-Assam
Updated:April 28, 2021, 8:31 PM IST
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য -ভেকছিন হৈছে মানৱতাৰ সেৱা।
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক ক'ৰোনাৰ বিৰুদ্ধে যুঁজত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জনাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক ক'ৰোনাৰ বিৰুদ্ধে যুঁজত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জনাইছে।

  • Share this:
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে বুধবাৰে ক'ৰোনাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ তথ্য অনুসৰি, দুয়োগৰাকী নেতাই ক'ৰোনাৰ উপৰিও কেইবাটাও বিষয় আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতিগৰাকীক ক'ৰোনাৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ বাবে ধন্যবাদ জনাইছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "আমি দ্বিপাক্ষিক সম্পৰ্ক, বিশেষকৈ মহাকাশ খণ্ড আৰু নৱীকৰণযোগ্য শক্তিৰ বিষয়েও আলোচনা কৰিছো। স্পুটনিক-ভি ভেকছিনৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতাই মানৱজাতিক সহায় কৰিব।
Published by: Kokil Sarma
First published: April 28, 2021, 8:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি