‘ষ্টাইলিছ’ বেটিং কৰি বহু বিশিষ্ট খেলুৱৈৰ হৃদয় জয় কৰিছে এটি কণমানিয়ে, চাওক Video

News18-Assam
Updated:November 11, 2019, 4:44 PM IST
‘ষ্টাইলিছ’ বেটিং কৰি বহু বিশিষ্ট খেলুৱৈৰ হৃদয় জয় কৰিছে এটি কণমানিয়ে, চাওক Video
এটি কণমানিয়ে বেটিং কৰিছে। প্ৰতিটো বলতে কণমানিটোৰ আকৰ্ষণীয় শ্বট

এটি কণমানিয়ে বেটিং কৰিছে। প্ৰতিটো বলতে কণমানিটোৰ আকৰ্ষণীয় শ্বট

  • Share this:
এটি কণমানিয়ে বেটিং কৰিছে। প্ৰতিটো বলতে কণমানিটোৰ আকৰ্ষণীয় শ্বট। এগৰাকী প্ৰফেচনেল ক্ৰিকেট খেলুৱৈৰ দৰে বেটিং কৰিছে কণমানিটোৱে। কণমানিটোৰ বেটিং দেখি ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভ’নেও প্ৰশংসা কৰিছে। বহুতে শচীন টেণ্ডুলকাৰে শিশু অৱস্থাত যিদৰে বেটিং কৰিছিল, ঠিক তেনেদৰেই বেটিং কৰিছে বুলি কৰিছে মন্তব্য।

চাওক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি