সুন্দৰী হ’বলৈ গৈ কৰুণ মৃত্যু! ‘নিতম্ব’ অস্ত্ৰোপচাৰ কৰি যমৰ ঘৰ পালেগৈ জনপ্ৰিয় মডেল-অভিনেত্ৰী

অত্যন্ত দুখজনক! ইচ্ছা আছিল বেছি সুন্দৰী হোৱাৰ। কিন্তু...
অত্যন্ত দুখজনক! ইচ্ছা আছিল বেছি সুন্দৰী হোৱাৰ। কিন্তু...
- News18 Assam
- Last Updated: December 23, 2020, 5:22 PM IST
View this post on Instagram
খবৰ অনুসৰি, কেৰিয়াৰ আৰম্ভ কৰাৰ দিন ধৰি মডেলিং জগতত অত্যন্ত জনপ্ৰিয় আছিল অভিনেত্ৰীগৰাকী। বহু পুৰুষৰ বাবে আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কিন্তু নিতম্ব ডাঙৰ কৰি অধিক ধুনীয়া হ’বলৈ গৈ অকাল মৃত্যু হ’ল অভিনেত্ৰীগৰকীৰ।
View this post on Instagram
অপাৰেশ্যন চলি থকাৰ সময়তে মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুৱে এতিয়া মৰ্মাহত কৰি তুলিছে অনুৰাগীসকলক।