সুন্দৰী হ’বলৈ গৈ কৰুণ মৃত্যু! ‘নিতম্ব’ অস্ত্ৰোপচাৰ কৰি যমৰ ঘৰ পালেগৈ জনপ্ৰিয় মডেল-অভিনেত্ৰী

News18 Assam | News18-Assam
Updated:December 23, 2020, 5:22 PM IST
সুন্দৰী হ’বলৈ গৈ কৰুণ মৃত্যু! ‘নিতম্ব’ অস্ত্ৰোপচাৰ কৰি যমৰ ঘৰ পালেগৈ জনপ্ৰিয় মডেল-অভিনেত্ৰী
অত্যন্ত দুখজনক! ইচ্ছা আছিল বেছি সুন্দৰী হোৱাৰ। কিন্তু...

অত্যন্ত দুখজনক! ইচ্ছা আছিল বেছি সুন্দৰী হোৱাৰ। কিন্তু...

  • Share this:
অত্যন্ত দুখজনক। ইচ্ছা আছিল সুন্দৰী হোৱাৰ। কিন্তু সুন্দৰী হ’বলৈ গৈ দুৰ্ভাগ্যজনক ভাবে সাৱটিলে মৃত্যু। ঘটনাটো সংঘটিত হৈছে মেক্সিকোত। নিতম্ব ডাঙৰ কৰিবলৈ গৈ মৃত্যুক সাৱটিলে মডেল জেচলিন ক্যানোৱে। মেক্সিকোৰ জনপ্ৰিয় মডেল-অভিনেত্ৰীগৰাকীৰ ইচ্ছা আছিল নিজৰ নিতম্ব ডাঙৰ কৰাৰ। কিন্তু নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ গৈ সাৱটিলে মৃত্যু।








View this post on Instagram






A post shared by Joselyn Cano 🧿 (@joselyncano)






খবৰ অনুসৰি, কেৰিয়াৰ আৰম্ভ কৰাৰ দিন ধৰি মডেলিং জগতত অত্যন্ত জনপ্ৰিয় আছিল অভিনেত্ৰীগৰাকী। বহু পুৰুষৰ বাবে আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কিন্তু নিতম্ব ডাঙৰ কৰি অধিক ধুনীয়া হ’বলৈ গৈ অকাল মৃত্যু হ’ল অভিনেত্ৰীগৰকীৰ।




অপাৰেশ্যন চলি থকাৰ সময়তে মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুৱে এতিয়া মৰ্মাহত কৰি তুলিছে অনুৰাগীসকলক।
Published by: Himangshu Bhuyan
First published: December 23, 2020, 5:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading