ভয়ংকৰ শাস্তি! প্ৰতিশ্ৰুতি পাহৰা ৰাজনৈতিক নেতাক ট্ৰাকৰ পিছফালে বান্ধি চোঁচৰালে ৰাইজে, চাওক VIDEO

নিৰ্বাচনত জয়ী হৈ জনতাক দিয়া প্ৰতিশ্ৰুতি পাহৰি গৈছিল মেয়ৰজনে। সেই অপৰাধতে জনসাধাৰণে এইদৰে শাস্তি বিহিলে মেয়ৰক।

News18-Assam
Updated:October 14, 2019, 1:32 PM IST
ভয়ংকৰ শাস্তি! প্ৰতিশ্ৰুতি পাহৰা ৰাজনৈতিক নেতাক ট্ৰাকৰ পিছফালে বান্ধি চোঁচৰালে ৰাইজে, চাওক VIDEO
নিৰ্বাচনত জয়ী হৈ জনতাক দিয়া প্ৰতিশ্ৰুতি পাহৰি গৈছিল মেয়ৰজনে। সেই অপৰাধতে জনসাধাৰণে এইদৰে শাস্তি বিহিলে মেয়ৰক।
News18-Assam
Updated: October 14, 2019, 1:32 PM IST
সাধাৰণতে অধিকাংশ ৰাজনৈতিক নেতাই নিৰ্বাচনৰ পিছত পাহৰি যায় ৰাইজক দিয়া প্ৰতিশ্ৰুতি। কিন্তু সেই বুলি তাৰ শাস্তি এনেকুৱা ভয়ংকৰ হ’ব পাৰেনে! বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টোত এজন মেয়ৰক ট্ৰাকৰ পিছফালে বান্ধি বহুদূৰ চোঁচৰাই নিয়া হৈছে। ভিডিঅ’ দেখিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ।

ঘটনাটো মেক্সিকোৰ। লাছ মাৰ্গাৰিটাছ চহৰৰ বাসিন্দাসকলৰ অভিযোগ, বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো পথ মেৰামতিৰ কাম কৰা নাছিল মেয়ৰে। নিৰ্বাচনত জয়ী হৈ জনতাক দিয়া প্ৰতিশ্ৰুতি পাহৰি গৈছিল মেয়ৰজনে। সেই অপৰাধতে জনসাধাৰণে এইদৰে শাস্তি বিহিলে মেয়ৰক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি