বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত মেৰী কম, অষ্টমটো পদক নিশ্চিত হোৱাৰ পিছতে বিৰল অভিলেখ

News18-Assam
Updated:October 10, 2019, 11:51 AM IST
বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত মেৰী কম, অষ্টমটো পদক নিশ্চিত হোৱাৰ পিছতে বিৰল অভিলেখ
পদক নিশ্চিত হ’ল মেৰী কমৰ।

পদক নিশ্চিত হ’ল মেৰী কমৰ।

  • Share this:
ক্ৰীড়াপ্ৰেমীৰ কাৰণে সুখবৰ। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে মেগনিফিচিয়েণ্ট মেৰী কমে। ইয়াৰ লগে লগে ভাৰতৰ বাবে আৰু এটা পদক নিশ্চিত কৰিলে মণিপুৰৰ মেৰী কমে। বিশ্ব মহিলা বক্সিঙত মেৰীৰ অষ্টমটো পদক নিশ্চিত হৈছে। পদক নিশ্চিত কৰাৰ লগে লগেই কৃতিত্বৰ গৰাকী হ’ল মেৰী কম।  অষ্টম পদক দখল কৰা মেৰী প্ৰথমগৰাকী মহিলা বক্সাৰ।
First published: October 10, 2019, 11:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading