Viral video: বিবাহ কাৰ্য চলি থকাৰ মাজতে হঠাৎ কইনাৰ দৌৰ! একে জাপে উঠিল প্ৰেমিকৰ গাড়ীত! কান্দোনত ভাঙি পৰিল দৰা!

বিবাহ কাৰ্য চলি থকাৰ মাজতে পলাল কইনা। পিছে পিছে দৌৰিছে দৰাই! চাওক ভাইৰেল ভিডিও
বিবাহ কাৰ্য চলি থকাৰ মাজতে পলাল কইনা। পিছে পিছে দৌৰিছে দৰাই! চাওক ভাইৰেল ভিডিও
- News18 Assam
- Last Updated: March 20, 2021, 10:22 AM IST
আজিকালি প্ৰায়ে ভাইৰেল হয় বিবাহৰ সময়ত দৰা কইনাৰ বিভিন্ন কাম-কাজ। কেতিয়াবা বিয়াৰ মণ্ডপতে চুম্বন কৰিছে দৰা কইনাই! কেতিয়াবা কইনাৰ ভৰি চুই সেৱা কৰিছে দৰাই! আদি নানা ধৰণৰ ভিডিও ভাইৰেল হৈ থাকে ছচিয়েল মিডিয়াত। কিন্তু এইবাৰ ভাইৰেল হৈছে বিবাহগৃহৰ এক আজৱ ঘটনা।
View this post on Instagram
বিয়াৰ মণ্ডপ এৰি কইনাৰ দৌৰ। বিয়াৰ পোছাক পৰিধান কৰিয়েই দৌৰ দিলে কইনাই। আৰু অৱশেষত ৰৈ থকা প্ৰেমিকৰ গাড়ীত জপিয়াই আঁতৰি যায় কইনা। কইনাক ৰখাবলৈ পিছে পিছে দৰাই দৌৰিছিল যদিও কোনে শুনে কাৰ কথা! আৰু শেষত কান্দোনত ভাগি পৰিল দৰা।
এই ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ এটা চাৰ্চত। চাৰ্চৰ পৰাই পলাই যায় কইনা। ভিডিওটো এতিয়া ছচিয়েল মিডিয়াত ব্যাপক ভাবে ভাইৰেল হৈছে।