বীভত্‍স! মুৰ্গীৰ সৈতে যৌন সম্পৰ্কৰ অপচেষ্টা, শাৰীৰিক সুখৰ বাবে যি কৰিলে বডি বিল্ডাৰে!

News18 Assam | News18-Assam
Updated:February 23, 2021, 9:07 AM IST
বীভত্‍স! মুৰ্গীৰ সৈতে যৌন সম্পৰ্কৰ অপচেষ্টা, শাৰীৰিক সুখৰ বাবে যি কৰিলে বডি বিল্ডাৰে!
ইয়াৰ পূৰ্বে ব্যৱহাৰ কৰিছিল এটা ছেক্সডোল।

ইয়াৰ পূৰ্বে ব্যৱহাৰ কৰিছিল এটা ছেক্সডোল।

  • Share this:
বিশেষজ্ঞই কৈছে যে, যিমান দূৰ পৰ্যন্ত যৌন সম্পৰ্ক আনৰ অস্বস্তিৰ কাৰণ হৈ নুঠিব, তেতিয়ালৈকে সেই ধৰণটোকলৈ সমালোচনা কৰাৰ কোনো কাৰণ নাই! এই একেই কথাই মনলৈ আহিছে ছচিয়েল মিডিয়া ইউজাৰ্চ য়ুবি তোলোচকোৰ সাম্প্ৰতিক এটা ভিডিও দেখি।ইনষ্টাগ্ৰামত এই ভিডিওত এটা মৃত মুৰ্গীৰ সৈতে শৰীৰৰ যৌন সুখ ল'বলৈ চেষ্টা কৰা দেখা গৈছে কাজাকিস্তানৰ চেলিব্ৰিটি বডিবিল্ডাৰক।








View this post on Instagram






A post shared by OddJack / Yuri Tolochko (@yurii_tolochko)





বডিবিল্ডাৰ জনে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে, তেওঁৰ যৌন সুখ লাভৰ ধৰণ আচৰিত ধৰণৰ। আনকি ২০২০ৰ নৱেম্বৰ মাহত এটা চেক্স ডোলক বিয়া কৰাইছিল লোকজনে।

কাজাকিস্তানৰ প্ৰচলিত ৰীতি অনুসৰি, প্ৰয়োজনত পুৰুষৰ বহুবিবাহ বৈধ। কিন্তু তাৰ ঠিক পিছতে য়ুবিয়ে লিখিছে-বেয়া দেখিব পাৰে, গতিকে এইবাৰ বিচাৰিছো এটা চিকেন টয়।



ভিডিওটোত দেখা গৈছে যে, মুৰ্গীৰ সৈতে আচৰিত ধৰণৰ আচৰণ কৰিছে লোকজনে। কিন্তু লোকজনৰ এনে আচৰণ দেখি একাংশই তীব্ৰ সমালোচনা কৰা দেখা গৈছে। একাংশই এই ৰূপক বীভত্‍স আখ্যা দিছে।
Published by: Himangshu Bhuyan
First published: February 22, 2021, 11:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি