চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল ! হঠাতে মৃত ব্যক্তিজন জীৱিত হৈ খোজ কাঢ়িবলৈ ধৰিলে ...

Dead Man Wakes Up Before Autopsy: গনজালো মনটয়া জিমেনেজ (Gonzalo Montoya Jimenez) নামৰ এজন ২৯ বছৰীয়া বন্দীক কাৰাগাৰত থকা অৱস্থাত মৃত ঘোষণা কৰা হৈছিল, কিন্তু মৰণোত্তৰ পৰীক্ষাৰ ঠিক আগতে তেওঁ সাৰ পাইছিল।