• Home
  • »
  • News
  • »
  • world
  • »
  • Lovlina Borgohain: স্বদেশত উপস্থিত অসমকন্যা লাভলীনা বৰগোহাঁই ! দিল্লীত উপস্থিত হৈ কি ক'লে লাভলীনাই ?

Lovlina Borgohain: স্বদেশত উপস্থিত অসমকন্যা লাভলীনা বৰগোহাঁই ! দিল্লীত উপস্থিত হৈ কি ক'লে লাভলীনাই ?

photo-ANI twitter

photo-ANI twitter

সকলোকে ধন্যবাদ। ঘৰলৈ উভতি আহি বৰ ভাল লাগিছে। মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক জয় কৰা: টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই(Lovlina Borgohain)য়ে সোমবাৰে দিল্লীত এই মন্তব্য কৰে।

  • Share this:
টকিঅ' অলিম্পিক (Tokyo Olympics 2020) গেমছত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্নিত কৰিছে অসমৰ লাভলীনা বৰগোঁহাই (Lovlina Borgohain)য়ে। সফল খেলুৱৈ লাভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদকেৰে সোমবাৰে নতুন দিল্লীত আহি উপস্থিত হয়।

সকলোকে ধন্যবাদ। ঘৰলৈ উভতি আহি বৰ ভাল লাগিছে। মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক জয় কৰা: টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই(Lovlina Borgohain)য়ে সোমবাৰে দিল্লীত এই মন্তব্য কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি