
photo-ANI twitter
সকলোকে ধন্যবাদ। ঘৰলৈ উভতি আহি বৰ ভাল লাগিছে। মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক জয় কৰা: টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই(Lovlina Borgohain)য়ে সোমবাৰে দিল্লীত এই মন্তব্য কৰে।
টকিঅ' অলিম্পিক (Tokyo Olympics 2020) গেমছত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্নিত কৰিছে অসমৰ লাভলীনা বৰগোঁহাই (Lovlina Borgohain)য়ে। সফল খেলুৱৈ লাভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদকেৰে সোমবাৰে নতুন দিল্লীত আহি উপস্থিত হয়।
সকলোকে ধন্যবাদ। ঘৰলৈ উভতি আহি বৰ ভাল লাগিছে। মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক জয় কৰা: টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই(Lovlina Borgohain)য়ে সোমবাৰে দিল্লীত এই মন্তব্য কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|