உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Lionel Messi Covid19 Positive: নতুন বছৰৰ দ্বিতীয় দিনটোতে বেয়া খবৰ, লিওনেল মেছি কোৰোণা পজিটিভ

    Lionel Messi Covid19 Positive: নতুন বছৰৰ দ্বিতীয় দিনটোতে বেয়া খবৰ, লিওনেল মেছি কোৰোণা পজিটিভ

    Lionel Messi Covid19 Positive

    Lionel Messi Covid19 Positive

    PSGৰ ফুটবলাৰসকলক সোমবাৰে হ'বলগীয়া ফ্রেঞ্চ কাপ  (Lionel Messi French Cup )ৰ নৈশ খেলৰ আগতে কোভিড ১৯ৰ পৰীক্ষা (Lionel Messi Covid19 Positive) কৰা হৈছিল ৷

    • Share this:
    বছৰটোৰ দ্বিতীয় দিনাই আহিল এটা দুঃসংবাদ। সমগ্ৰ বিশ্বৰ মেছি (Lionel Messi)ৰ অনুৰাগীসকলৰ বাবে বেয়া খবৰ ৷ সাতবাৰ বেলন ডি অ'ৰ (Ballon d'Or) বিজয়ী লিওনেল মেছি (Lionel Messi) কোভিড পজিটিভ (Covid19 Positive) পোৱা গৈছে। পেৰিছ ছেইণ্ট জাৰ্মেইনৰ (Paris Saint-Germain) চাৰিজন খেলুৱৈৰ কোৰোণা পজিটিভ(Covid19 Positive) ওলাইছে ৷ দলটোৰ ফুটবলাৰসকলক সোমবাৰে হ'বলগীয়া ফ্রেঞ্চ কাপ  (Lionel Messi French Cup)ৰ নৈশ খেলৰ আগতে কোভিড ১৯ৰ পৰীক্ষা (Lionel Messi Covid19 Positive) কৰা হৈছিল ৷



    এদিন পূৰ্বে পিএছজি (PSG)য়ে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাও প্ৰেৰণ কৰিছিল। সেই সময়তো লিওনেল মেছি (Lionel Messi)ও উপস্থিত আছিল। আৰু তাৰ পিছতে লিওনেল মেছি কোৰোণা পজিটিভ  (Lionel Messi Covid19 Positive) ওলাইছিল।



    পিএছজি (PSG)য়ে জনাইছে যে ফুটবলাৰ কেইজনৰ উপৰিও এজন ষ্টাফৰো কোভিড-১৯ পজিটিভ (Covid19 Positive) ওলাইছে ৷ শনিবাৰে নিশা এক বিবৃতিত এই বাতৰি প্ৰকাশ পাইছিল ৷ প্ৰথম অৱস্থাত কাৰো নাম আনুষ্ঠানিকভাৱে উল্লেখ কৰা হোৱা নাছিল যদিও দেওবাৰে পুনৰ আন এটা বিবৃতিত  লিওনেল মেছি (Lionel Messi), জুয়ান বাৰ্ণেট (Juan Bernat), বেকআপ গ'লকিপাৰ ছৰ্জিও ৰিকো ( Sergio Rico) আৰু ১৯ বছৰীয়া মিডফিল্ডাৰ নাথান বিটুমা বিটুমাজালা (Nathan Bitumazala।
    Published by:Manjumoni Borah
    First published: