உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ভয়ংকৰ দূৰ্ঘটনাঃTake Off কৰোতে হঠাৎ ভাঙি থাকিল যাত্ৰীবাহী বিমান

    ভয়ংকৰ দূৰ্ঘটনাঃTake Off কৰোতে হঠাৎ ভাঙি থাকিল যাত্ৰীবাহী বিমান

    শুকুৰবাৰে কাজাখাস্তানৰ আলমাটি বিমানবন্দৰত ভাঙি পৰিল যাত্ৰীবাহী বিমান। দূৰ্ঘটনাত নিহত ১০ জন যাত্ৰী।

    শুকুৰবাৰে কাজাখাস্তানৰ আলমাটি বিমানবন্দৰত ভাঙি পৰিল যাত্ৰীবাহী বিমান। দূৰ্ঘটনাত নিহত ১০ জন যাত্ৰী।

    শুকুৰবাৰে কাজাখাস্তানৰ আলমাটি বিমানবন্দৰত ভাঙি পৰিল যাত্ৰীবাহী বিমান। দূৰ্ঘটনাত নিহত ১০ জন যাত্ৰী।

    • Share this:
    শুকুৰবাৰে কাজাখাস্তানৰ আলমাটি বিমানবন্দৰত Take Off কৰোতেই হঠাৎ ভাঙি থাকিল এখন যাত্ৰীবাহী বিমান। সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, দূৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত আছিল প্ৰায় ৯৫ জন যাত্ৰী।

    খবৰ অনুসৰি, শুকুৰবাৰে পুৱা ৭.২২ বজাত কাজাখাস্তানৰ আলমাটিৰ পৰা নুৰচুলতান যোৱাৰ কথা আছিল ‘বেক এয়াৰ’ৰ বিমানখন। কিন্তু টেক অফৰ কিছু সময়ৰ পিছতে মাটিত পৰি ভাঙি যায় বিমানখন।

    দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উপস্থিত হয় উদ্ধাৰকাৰী দল। দূৰ্ঘটনাৰ ফলত নিহত হয় প্ৰায় ১০ জনৰো অধিক যাত্ৰী। কিন্তু কিয় বিমানখন উৰণৰ সময়ত পৰিযায়, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

    Published by:Himangshu Bhuyan
    First published: