Joe Biden Warning on Kabul Airport Blast: ‘বিচাৰি উলিয়াই শাস্তি দিয়া হ’ব’ – কাবুল বিস্ফোৰণৰ পিছতে হুংকাৰ বাইডেনৰ
জো বাইডেনে কয়, ‘যিয়ে এই আক্ৰমণ সংঘটিত কৰিছে আৰু যিয়ে আমেৰিকাৰ ক্ষতি বিচাৰে, তেওঁলোকে এটা কথা জানি থওক, আমি তেওঁলোকক ক্ষমা নকৰো।’
জো বাইডেনে কয়, ‘যিয়ে এই আক্ৰমণ সংঘটিত কৰিছে আৰু যিয়ে আমেৰিকাৰ ক্ষতি বিচাৰে, তেওঁলোকে এটা কথা জানি থওক, আমি তেওঁলোকক ক্ষমা নকৰো।’
- News18 Assam
- Last Updated: August 27, 2021, 12:27 PM IST
জো বাইডেনে কয়, ‘যিয়ে এই আক্ৰমণ সংঘটিত কৰিছে আৰু যিয়ে আমেৰিকাৰ ক্ষতি বিচাৰে, তেওঁলোকে এটা কথা জানি থওক, আমি তেওঁলোকক ক্ষমা নকৰো। আমি পাহৰি নাযাওঁ। আমি তেওঁলোকক বিচাৰি উলিয়াই শাস্তি দিম।’
নিহত মাৰ্কিন সেনাসকললৈ শ্ৰদ্ধাঞ্জলি জনাই বাইডেনে তেওঁলোকক নায়ক বুলি সম্বোধন কৰে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে, পূৰ্বৰ ঘোষণা মতেই আগন্তুক ৩১ আগষ্ট পৰ্যন্ত কাবুলত মাৰ্কিন সেনাই উদ্ধাৰ অভিযান চলাই যাব।