আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল জ’ বাইডেন, পৰাস্ত হ’ল ড’নাল্ড ট্ৰাম্প

News18 Assam | News18-Assam
Updated:November 7, 2020, 10:40 PM IST
আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল জ’ বাইডেন, পৰাস্ত হ’ল ড’নাল্ড ট্ৰাম্প
পৰাজিত হ’ল ড’নাল্ড ট্ৰাম্প

পৰাজিত হ’ল ড’নাল্ড ট্ৰাম্প

  • Share this:
৭২ ঘণ্টাৰ জল্পনা-কল্পনাৰ অন্ত পৰিল! মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হ’ল জ’ বাইডেনৰ নাম। উপ ৰাষ্ট্ৰপতি হোৱাৰ দিশে আগবাঢ়িছে ভাৰতীয় মূলৰ কমলা হেৰিছ।এইবাৰ নিৰ্বাচত আগতীয়াকৈয়ে অভিলেখ সংখ্যক ভোটত আগবাঢ়ি আছিল বাইডেন।



বুধবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত ভোটদানৰ অন্তত প্ৰত্যাশিত ভাবেই প্ৰথম অৱস্থাৰ পৰাই অগ্ৰগতি লাভ কৰে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে। ২৭৩ মেজিক নম্বৰ স্পৰ্শ কৰি জ’ বাইডেনে  ২৭৩টা ইলেক্টোৰেল ভোট লাভ কৰিলে। আৰু ইয়াৰ লগে লগে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল জ’ বাইডেন।




ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সকলো নাগৰিককে ধন্যবাদ জনাইছে জ’ বাইডেনে।  বাইডেনে ৰাষ্ট্ৰৰ হিতৰ বাবে কাম কৰি যাব বুলিও দেশবাসীক প্ৰতিশ্ৰুতি দিয়ে।
Published by: Himangshu Bhuyan
First published: November 7, 2020, 10:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading