কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চীনৰ সবাতোকৈ ধনী ব্যক্তিজনে দিলে ১০০ কোটি টকা

News18 Assam | News18-Assam
Updated:January 30, 2020, 11:57 AM IST
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চীনৰ সবাতোকৈ ধনী ব্যক্তিজনে দিলে ১০০ কোটি টকা
Source-Google

চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। এতিয়ালৈকে মৃত্যু মুখত পৰিছে ১৭০ জন লোক।

  • Share this:
চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। চীনত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৭০জনলৈ বৃদ্ধি পাইছে। এই ভয়ংকৰ ভাইৰাছত নতুনকৈ ১৩০০ লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

চীনৰ সবাটোতকৈ ধনী ব্যক্তি তথা আলী বাবাৰ ফাউণ্ডাৰ জেক মাই কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ১৪ মিলিয়ন ডলাৰ অৰ্থাৎ ১০০ কোটি টকাৰ সাহায্য আগবঢ়াইছে। জেক মাই প্ৰদান কৰা এই বৃহৎ ধনৰাশি কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিবলৈ খৰছ কৰিব  বৈজ্ঞানীকসকলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি