ISIS–এ নিশ্চিত কৰিলে বাগদাদীৰ মৃত্যু, আবু ইব্ৰাহিম হ’ব ISISৰ নতুন মুৰব্বী

৪৮ বছৰীয়া বাগদাদীয়ে শনিবাৰে উত্তৰ ছিৰিয়াৰ ইদলিব অঞ্চলত আমেৰিকাৰ বিশেষ অভিযানকাৰী দলৰ আক্ৰমণৰ সময়ত আত্মঘাতী বোমাৰে নিজকে উৰুৱাই দিছিল।

News18-Assam
Updated:November 1, 2019, 9:14 AM IST
ISIS–এ নিশ্চিত কৰিলে বাগদাদীৰ মৃত্যু, আবু ইব্ৰাহিম হ’ব ISISৰ নতুন মুৰব্বী
৪৮ বছৰীয়া বাগদাদীয়ে শনিবাৰে উত্তৰ ছিৰিয়াৰ ইদলিব অঞ্চলত আমেৰিকাৰ বিশেষ অভিযানকাৰী দলৰ আক্ৰমণৰ সময়ত আত্মঘাতী বোমাৰে নিজকে উৰুৱাই দিছিল।
News18-Assam
Updated: November 1, 2019, 9:14 AM IST
সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটে নিশ্চিত কৰিলে আবু বক্কৰ অল বাগদাদীৰ মৃত্যু। ISIS–এ এটা অডিঅ’ ক্লিপৰ জৰিয়তে বাগদাদীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। ইছলামিক ষ্টেটে বাগদাদীৰ মৃত্যুৰ পিছত আবু ইব্ৰাহিম অল–হাছমী অল–কুৰেশ্বীক নতুন মুৰব্বী হিচাপে নিৰ্বাচিত কৰিছে।

৪৮ বছৰীয়া বাগদাদীয়ে শনিবাৰে উত্তৰ ছিৰিয়াৰ ইদলিব অঞ্চলত আমেৰিকাৰ বিশেষ অভিযানকাৰী দলৰ আক্ৰমণৰ সময়ত আত্মঘাতী বোমাৰে নিজকে উৰুৱাই দিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে বাগদাদীৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি