মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»গৰুখুঁটি কাণ্ডৰ আঁৰত আছে নেকি আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ? ইছলামাবাদস্থিত ভাৰতৰ উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াক তলব পাকিস্তানৰ

গৰুখুঁটি কাণ্ডৰ আঁৰত আছে নেকি আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ? ইছলামাবাদস্থিত ভাৰতৰ উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াক তলব পাকিস্তানৰ

News18 Assam | News18-Assam
Updated:September 25, 2021, 11:41 AM IST
গৰুখুঁটি কাণ্ডৰ আঁৰত আছে নেকি আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ? ইছলামাবাদস্থিত ভাৰতৰ উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াক তলব পাকিস্তানৰ
বিজেপিয়ে অভিযোগ কৰাৰ দৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIৰ আঙুলিৰ থাৰত ঘটিছে নেকি সকলো ঘটনা!

বিজেপিয়ে অভিযোগ কৰাৰ দৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIৰ আঙুলিৰ থাৰত ঘটিছে নেকি সকলো ঘটনা!

  • News18 Assam
  • Last Updated: September 25, 2021, 11:41 AM IST
  • Share this:
ছিপাঝাৰৰ গৰুখুঁটি কাণ্ডকলৈ দেশজুৰি অব্যাহত আছে চৰ্চা। প্ৰতিদিনাই পোহৰলৈ আহিছে নতুন নতুন তথ্য। পিছে এই ভয়ংকৰ কাণ্ডৰ আঁৰত আছে নেকি আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ?বিজেপিয়ে অভিযোগ কৰাৰ দৰে পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া চমুকৈ PFIৰ আঙুলিৰ থাৰত ঘটিছে নেকি সকলো ঘটনা?

স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন হৈছে যে, কিয় গৰুখুটি কাণ্ডত পাকিস্তানে মূৰ ঘূমাইছে? ছিপাঝাৰৰ গৰুখুঁটি কাণ্ডৰ সন্দৰ্ভত শুকুৰবাৰে পাকিস্তানে ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াক তলব কৰে। বিষয়াজনৰ তলব কৰি গৰুখুটি কাণ্ডক লৈ তীব্ৰ আপত্তি দৰ্শাই পাকিস্তানে। লগতে অভিযোগ কৰে যে, অসমৰ মুছলমানক চৰকাৰে টাৰ্গেট কৰি লৈছে। ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ ব্যৱস্থা ল'বলৈ কয় ইমাৰণ খান চৰকাৰে। গৰুখুটি কাণ্ডক মুছলমান বিৰোধী হিংসা আখ্যা দি ইয়াৰ তদন্তৰো দাবী কৰে পাক চৰকাৰে।
Published by: Himangshu Bhuyan
First published: September 25, 2021, 11:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি