হাস্পতালৰ শৌচাগাৰত কোৰোণা ৰোগীৰ সৈতে নাৰ্ছৰ অপকৰ্ম! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নাৰ্ছক আইছ’লেট

চিকিৎসালয়ত থকা অৱস্থাত এগৰাকী নাৰ্ছৰ সৈতে তেওঁ অপকৰ্মত লিপ্ত হয় আৰু পিছত সকলো তথ্য ছচিয়েল মিডিয়াত ফাদিল কৰে।
চিকিৎসালয়ত থকা অৱস্থাত এগৰাকী নাৰ্ছৰ সৈতে তেওঁ অপকৰ্মত লিপ্ত হয় আৰু পিছত সকলো তথ্য ছচিয়েল মিডিয়াত ফাদিল কৰে।
- News18 Assam
- Last Updated: December 31, 2020, 11:29 AM IST
ঘটনা সন্দৰ্ভত ৰোগীজনে ছচিয়েল মিডিয়াত প্ৰকাশ কৰে। তাৰ পিছতে দুয়োকে আইছ’লেচনত ৰখা হয়।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে যুৱকজন কোৰোণাত আক্ৰান্ত হৈছিল। চিকিৎসালয়ত থকা অৱস্থাত এগৰাকী নাৰ্ছৰ সৈতে তেওঁ অপকৰ্মত লিপ্ত হয় আৰু পিছত সকলো তথ্য ছচিয়েল মিডিয়াত ফাদিল কৰে।