হাস্পতালৰ শৌচাগাৰত কোৰোণা ৰোগীৰ সৈতে নাৰ্ছৰ অপকৰ্ম! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নাৰ্ছক আইছ’লেট

News18 Assam | News18-Assam
Updated:December 31, 2020, 11:29 AM IST
হাস্পতালৰ শৌচাগাৰত কোৰোণা ৰোগীৰ সৈতে নাৰ্ছৰ অপকৰ্ম! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নাৰ্ছক আইছ’লেট
চিকিৎসালয়ত থকা অৱস্থাত এগৰাকী নাৰ্ছৰ সৈতে তেওঁ অপকৰ্মত লিপ্ত হয় আৰু পিছত সকলো তথ্য ছচিয়েল মিডিয়াত ফাদিল কৰে।

চিকিৎসালয়ত থকা অৱস্থাত এগৰাকী নাৰ্ছৰ সৈতে তেওঁ অপকৰ্মত লিপ্ত হয় আৰু পিছত সকলো তথ্য ছচিয়েল মিডিয়াত ফাদিল কৰে।

  • News18 Assam
  • Last Updated: December 31, 2020, 11:29 AM IST
  • Share this:
ঘটনাটো ইণ্ডোনেছিয়াৰ। চিকিৎসালয়ৰ শৌচাগাৰত কোৰোণা ৰোগীৰ সৈতে অপকৰ্মত লিপ্ত হ’ল এগৰাকী নাৰ্ছ। এই ঘটনাৰ পিছতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় নাৰ্ছগৰাকীক।

ঘটনা সন্দৰ্ভত ৰোগীজনে ছচিয়েল মিডিয়াত প্ৰকাশ কৰে। তাৰ পিছতে দুয়োকে আইছ’লেচনত ৰখা হয়।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে যুৱকজন কোৰোণাত আক্ৰান্ত হৈছিল। চিকিৎসালয়ত থকা অৱস্থাত এগৰাকী নাৰ্ছৰ সৈতে তেওঁ অপকৰ্মত লিপ্ত হয় আৰু পিছত সকলো তথ্য ছচিয়েল মিডিয়াত ফাদিল কৰে।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে দুয়োকে সোধ–পোছা কৰা হয় আৰু দুয়ো এই কথা স্বীকাৰ কৰে ঘটনা সন্দৰ্ভত এটা গোচৰো ৰুজু কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: December 31, 2020, 11:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading