• Home
  • »
  • News
  • »
  • world
  • »
  • Tokyo Olympicsত সোণৰ সপোন শেষ হ'লেও আশা আছে ব্ৰঞ্জৰ ! ছেমিত আৰ্জেণ্টিনাৰ বিৰুদ্ধে যুঁজি যুঁজি হাৰিল ভাৰতীয় মহিলা হকী দল...

Tokyo Olympicsত সোণৰ সপোন শেষ হ'লেও আশা আছে ব্ৰঞ্জৰ ! ছেমিত আৰ্জেণ্টিনাৰ বিৰুদ্ধে যুঁজি যুঁজি হাৰিল ভাৰতীয় মহিলা হকী দল...

ছেমি ফাইনেলত পৰাস্ত ভাৰতীয় মহিলা হকী দল... (AP)

ছেমি ফাইনেলত পৰাস্ত ভাৰতীয় মহিলা হকী দল... (AP)

Tokyo Olympicsৰ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰথমবাৰৰ বাবে খেলি থকা ভাৰতীয় মহিলা হকী দলে (Indian Womens Hockey Team) তেওঁলোকৰ সোণৰ সপোন হেৰুৱাইছে। এখন কঠিন খেলত আৰ্জেণ্টিনাই ছেমি ফাইনেলত ভাৰতক ২-১ গ'লত পৰাস্ত কৰে।

  • Share this:
Tokyo Olympicsৰ ছেমি ফাইনেলত প্ৰথমবাৰৰ বাবে খেলি থকা ভাৰতীয় মহিলা হকী দলে (Indian Womens Hockey Team) তেওঁলোকৰ সোণৰ সপোন হেৰুৱাইছে। এখন কঠিন খেলত আৰ্জেণ্টিনাই ছেমি ফাইনেলত ভাৰতক ২-১ গ'লত পৰাস্ত কৰে। অৱশ্যে, মহিলা হকী দলে এতিয়াও অলিম্পিক ইতিহাসত প্ৰথমপদক জিকিব পাৰে (Tokyo Olympics 2020)।

ভাৰতীয় দলটোৱে এতিয়া তৃতীয় স্থান আৰু ব্ৰঞ্জৰ পদকৰ বাবে ব্ৰিটেইনৰ সৈতে মুখামুখি হ'ব। প্ৰথমখন ছেমি ফাইনেলত জাৰ্মানীয়ে ব্ৰিটেইনক ৫-১ ব্যৱধানত পৰাস্ত কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি