• Home
  • »
  • News
  • »
  • world
  • »
  • Tokyo Olympics, Hockey: ইতিহাস ৰচনা কৰি বন্দনাৰ হেট্ৰিক, ভাৰতীয় মহিলা হকী দলে ৪-৩ গ'লত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক...

Tokyo Olympics, Hockey: ইতিহাস ৰচনা কৰি বন্দনাৰ হেট্ৰিক, ভাৰতীয় মহিলা হকী দলে ৪-৩ গ'লত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক...

Tokyo Olympicsত ভাৰতীয় মহিলা হকী দলে ৪-৩ গ'লত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক। ভাৰতে দক্ষিণ আফ্ৰিকাক ৪-৩ ব্যৱধানত পৰাস্ত কৰাৰ মূলতেই আছিল বন্দনা কতাৰিয়া। বন্দনাই খেলখনত ৩টা গ'ল দিবলৈ সক্ষম হয়।

  • Share this:
Tokyo Olympicsত ভাৰতীয় মহিলা হকী দলে ৪-৩ গ'লত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক। খেলখন ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল কিয়নো পৰাজয় মানেই বিদায়। তেনে ক্ষণত জিলিকি উঠিল ভাৰতীয় মহিলা হকী দলটো।

ভাৰতে দক্ষিণ আফ্ৰিকাক ৪-৩ ব্যৱধানত পৰাস্ত কৰাৰ মূলতেই আছিল বন্দনা কতাৰিয়া। বন্দনাই খেলখনত ৩টা গ'ল দিবলৈ সক্ষম হয়। বন্দনাই হৈছে দেশৰ প্ৰথমগৰাকী খেলুৱৈ যিয়ে অলিম্পিকত হেট্ৰিক অৰ্জন কৰে।
Published by:Kokil Sarma
First published: