মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »‘স্বামীৰ হাতৰ পৰা মোক ৰক্ষা কৰক’– ভিডিঅ’ পষ্ট কৰি অসহায় মহিলাৰ কাতৰ অনুৰোধ, Video

‘স্বামীৰ হাতৰ পৰা মোক ৰক্ষা কৰক’– ভিডিঅ’ পষ্ট কৰি অসহায় মহিলাৰ কাতৰ অনুৰোধ, Video

বাঁও চকুৰ পৰা বৈ আহিছে তেজ! এগৰাকী অসহায় মহিলাই জনাইছে কাতৰ অনুৰোধ। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী মহিলাৰ এটা বিশেষ ভিডিঅ’।

বাঁও চকুৰ পৰা বৈ আহিছে তেজ! এগৰাকী অসহায় মহিলাই জনাইছে কাতৰ অনুৰোধ। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী মহিলাৰ এটা বিশেষ ভিডিঅ’।

  • Share this:
    বাঁও চকুৰ পৰা বৈ আহিছে তেজ! এগৰাকী অসহায় মহিলাই জনাইছে কাতৰ অনুৰোধ। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী মহিলাৰ এটা বিশেষ ভিডিঅ’। স্বামীৰ অকথ্য শাৰীৰিক নিৰ্যাতন সহিব নোৱাৰি অৱশেষত এটি ভিডিঅ’ প্ৰস্তুত কৰি টুইটাৰত পষ্ট কৰিছে এগৰাকী মহিলাই।

    আৰৱৰ পৰা আহ্বান জনাইছে এইগৰাকী ভাৰতীয় মহিলাই। স্বামীৰ অত্যাচাৰ বহু দিন ধৰি সহ্য কৰি আছিল মহিলাগৰাকীয়ে। কিন্তু ইদিনাত কৈ সিদিনা বাঢ়ি গৈছিল স্বামীৰ অত্যাচাৰ। ফলত উপায়হীন হৈ মহিলাগৰাকীয়ে এটা ভিডিঅ’ পষ্ট কৰে ছচিয়েল মিডিয়াত। ভিডিঅ’ দেখাৰ পিছত অভিযুক্ত স্বামীক আটক কৰিছে আৰক্ষীয়ে।

    শেহতীয়া বাতৰি