• Home
  • »
  • News
  • »
  • world
  • »
  • Ind Vs Eng: লৰ্ডছত ঐতিহাসিক বিজয় ভাৰতৰ ! দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত তাচপাতৰ দৰে খহিল ইংৰাজ বেটছমেনৰ উইকেট...

Ind Vs Eng: লৰ্ডছত ঐতিহাসিক বিজয় ভাৰতৰ ! দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত তাচপাতৰ দৰে খহিল ইংৰাজ বেটছমেনৰ উইকেট...

Ind Vs Eng, 2nd Test: লৰ্ডছ(Lords)ত ঐতিহাসিক  বিজয় ভাৰতৰ। ভাৰতৰ বলাৰসকলে উজ্জীৱিত প্ৰদৰ্শনেৰে সম্ভৱ কৰি তোলে বিজয়। ভাৰতৰ পেচ বলিং আক্ৰমণৰ সন্মুখত দ্বিতীয় ইনিংছত দিশহাৰা হৈ পৰে ইংলেণ্ডৰ(England)ৰ বেটছমেন।

  • Share this:

ভাৰতে দ্বিতীয় ইনিংছত ইংলেণ্ডৰ সন্মুখত অন্তিম দিনা ২৭২ ৰানৰ বিজয় লক্ষ্য দিছিল। ইয়াৰ প্ৰত্য়ুত্তৰত ইংলেণ্ডে ১২০ ৰানতে অলআউট হৈ যায়।
Published by:Kokil Sarma
First published: