ICC Cricket World Cup 2019: পাকিস্তানক ৩৩৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতে

News18-Assam
Updated:June 16, 2019, 7:50 PM IST
ICC Cricket World Cup 2019: পাকিস্তানক ৩৩৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতে
টছত জিকি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় চিৰবৈৰী পাকিস্তানে। প্ৰথমে বেটিং আৰম্ভ কৰি নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই ৩৩৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় কোহলী বাহিনীয়ে। 

টছত জিকি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় চিৰবৈৰী পাকিস্তানে। প্ৰথমে বেটিং আৰম্ভ কৰি নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই ৩৩৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় কোহলী বাহিনীয়ে। 

  • Share this:

ICC Cricket World Cup ২০১৯ৰ ২২ সংখ্যক মেচত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সংগ্ৰহ কৰিলে ৩৩৬ ৰান। টছত জিকি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় চিৰবৈৰী পাকিস্তানে। প্ৰথমে বেটিং আৰম্ভ কৰি নিৰ্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই ৩৩৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় কোহলী বাহিনীয়ে।


ভাৰতৰ হৈ অপেনাৰ ৰোহিত শৰ্মাই ৩টা ছয় আৰু ১৪টা ৪ৰ সহায়ত অৰ্জন কৰে মুঠ ১৪০ ৰান। লগতে কে এল ৰাহুলে ৫৭ ৰান, বিৰাট কোহলীয়ে ৭৭ ৰান, হাৰ্ডিক পাণ্ডিয়াই ২৬ ৰান, মহেন্দ্ৰ সিং ধোনীয়ে ১ ৰান, বিজয় শংকৰে ১৫ ৰান আৰু কেডাৰ যাদৱে সংগ্ৰহ কৰে ৯ ৰান।

পাকিস্তানৰ হৈ সৰ্বাধিক ৩টা উইকেট দখল কৰে মহম্মদ আমিৰে, হাছান আলী আৰু ৱাহাব ৰিয়াজে দখল কৰে ১টাকৈ উইকেট।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading