ICC Cricket World Cup 2019: ‍বতৰৰ বিধি–পথালি ভাৰত আৰু পাকিস্তানৰ খেলত

News18-Assam
Updated:June 16, 2019, 6:49 PM IST
ICC Cricket World Cup 2019: ‍বতৰৰ বিধি–পথালি ভাৰত আৰু পাকিস্তানৰ খেলত
ভাৰতে ৪টা উইকেট হেৰুৱাই ৪৬.৬ অভাৰত বৰ্তমানলৈ সংগ্ৰহ কৰিছে ৩০৫ ৰান। যদিহে ৭৫ মিনিটলৈকে খেল পুনৰ আৰম্ভ নহয় তেন্তে কৰ্তন কৰা হ’ব অভাৰ।

ভাৰতে ৪টা উইকেট হেৰুৱাই ৪৬.৬ অভাৰত বৰ্তমানলৈ সংগ্ৰহ কৰিছে ৩০৫ ৰান। যদিহে ৭৫ মিনিটলৈকে খেল পুনৰ আৰম্ভ নহয় তেন্তে কৰ্তন কৰা হ’ব অভাৰ।

  • Share this:
ICC Cricket World Cup ২০১৯ৰ ভাৰত আৰু পাকিস্তানৰ খেলৰ মাজতে বতৰৰ বিধি–পথালি। ভাৰতে ৪টা উইকেট হেৰুৱাই ৪৬.৬ অভাৰত বৰ্তমানলৈ সংগ্ৰহ কৰিছে ৩০৫ ৰান। যদিহে ৭৫ মিনিটলৈকে খেল পুনৰ আৰম্ভ নহয় তেন্তে কৰ্তন কৰা হ’ব অভাৰ। মেনচেষ্টাৰত পৰৱৰ্তী ১ ঘণ্টালৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে যদিও খেলত কোনো প্ৰভাৱ নপৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি