IND Vs ENG: অভেলত ৰোহিত শৰ্মাৰ দুৰ্দান্ত শতক ! দেশৰ বাহিৰত প্ৰথমটো শতকেৰে জিলিকিল ৰোহিত...
IND Vs ENG: অৱশেষত বিদেশত শতকৰ মুখ দেখিলে ভাৰতৰ অপেনিং বেটছমেন ৰোহিত শৰ্মাই (Rohit Sharma)। শেহতীয়াকৈ সুন্দৰ ফৰ্মত থকা ৰোহিতে অভেল টেষ্টৰ (Oval Test) দ্বিতীয় ইনিংছত শতক অৰ্জন কৰাই নহয় ভাৰতকো উপনীত কৰাইছে শক্তিশালী স্থিতিত।

- News18 Assam
- Last Updated: September 4, 2021, 8:02 PM IST
বাতৰি লিখা পৰলৈকে ভাৰতে দ্বিতীয় ইনিংছত ১ উইকেটৰ বিনিময়ত ১৯৬ ৰান সংগ্ৰহ কৰি ৯৬ ৰানৰ অগ্ৰগতি লাভ কৰিছে। ৰোহিতে ১০১ ৰাণ আৰু পুজাৰাই ৪৭ ৰাণ কৰি ক্ৰিজত আছে।