ভাৰত–অষ্ট্ৰেলিয়াৰ মহাৰণ : টছত জিকি বেটিঙৰ সিদ্ধান্ত ভাৰতৰ

অ’ভেলত অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেল।

news18assam
Updated:June 9, 2019, 3:03 PM IST
ভাৰত–অষ্ট্ৰেলিয়াৰ মহাৰণ : টছত জিকি বেটিঙৰ সিদ্ধান্ত ভাৰতৰ
অ’ভেলত অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেল।
news18assam
Updated: June 9, 2019, 3:03 PM IST
চলিত বিশ্বকাপৰ আজি ভাৰতৰ দ্বিতীয়খন মেচ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজত নামিছে টীম ইণ্ডিয়াই। অ’ভেলত অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেল। টছত জিকি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ভাৰতীয় দলটোত আছে – শিখৰ ধৱন, ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল, কদাৰ যাদৱ, এম এছ ধোনী, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ, য়পজবেন্দ্ৰ চহল, ভুবনেশ্বৰ কুমাৰ আৰু জছপ্ৰীত বুমৰাহ।

অষ্ট্ৰেলিয়াৰ প্লেয়িং ইলেভেন – এৰান ফিঞ্চ, ডেভিদ ৱাৰ্নাৰ, ষ্টিভ স্মিথ, গ্ৰনে মেক্সৱেল, মাৰ্কছ ষ্টইনিছ, এলেক্স কেৰী, নাথন কুল্টৰ নাইল, পেট কমিঞ্চ, মিছেল ষ্টাৰ্ক আৰু আডাম জম্পা।
আৰু চাওক পৰৱৰ্তী বাতৰি