India vs Bangladesh: টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ভাৰতৰ

ভাৰতীয় দলত ২ গৰাকী খেলুৱৈৰ সালসলনি। কেডাৰ যাদৱৰ স্থানত দিনেশ কাৰ্তিকক আৰু কুলদীপ যাদৱৰ স্থানত ভুৱনেশ্বৰ কুমাৰক।

News18-Assam
Updated:July 2, 2019, 2:58 PM IST
India vs Bangladesh: টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ভাৰতৰ
ভাৰতীয় দলত ২ গৰাকী খেলুৱৈৰ সালসলনি। কেডাৰ যাদৱৰ স্থানত দিনেশ কাৰ্তিকক আৰু কুলদীপ যাদৱৰ স্থানত ভুৱনেশ্বৰ কুমাৰক।
News18-Assam
Updated: July 2, 2019, 2:58 PM IST
বাৰ্মিংহামত ভাৰত আৰু বাংলাদেশৰ মহাৰণ। টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ ভাৰতৰ। ভাৰতীয় দলত ২ গৰাকী খেলুৱৈৰ সালসলনি। কেডাৰ যাদৱৰ স্থানত দিনেশ কাৰ্তিকক আৰু
কুলদীপ যাদৱৰ স্থানত ভুৱনেশ্বৰ কুমাৰক। পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰত।
১১ পইণ্টেৰে অষ্ট্ৰেলিয়াৰ পিছতে টীম ইণ্ডিয়া।

প্লেয়িং ইলেভেনত কোন কোন?
ভাৰতঃ কে এল ৰাহুল, ৰোহিত শৰ্মা, বিৰাট কোহলী, দিনেশ কাৰ্তিক, এম এছ ধোনী, হাৰ্দিক পাণ্ডিয়া, ভূৱনেশ্বৰ কুমাৰ, মহম্মদ ছামী, য়ুজবেন্দ্ৰ চহল আৰু যশপ্ৰীট বুমৰাহ।

বাংলাদেশঃ মছৰফে মুৰ্তজা(কেপ্টেইন), তমীম ইকবাল, সৌম্য সৰকাৰ, ছাকিব অল হাছান, মুছাফিকুৰ ৰহীম(উইকেটকিপাৰ), মহমুদুল্লাহ ৰিয়াদ, ছব্বীৰ ৰহমান, মেহদী হাছান মিৰাজ, মোছাদেক হুছেইন, মহম্মদ ছেফুদ্দিন, মুস্তফিজুৰ ৰহমান, ৰুবেল হুছেইন, লিটন কুমাৰ দাস, আবু জায়দ আৰু মহম্মদ মিথুন।
আৰু চাওক পৰৱৰ্তী বাতৰি