
গৃহ মন্ত্ৰণালয়ৰ এক বিবৃতি মতে, ম্যানমাৰৰ এজন সাংসদ, ২ জন স্থানীয় ব্যৱসায়ী আৰু ২জন সামুদ্ৰিক নাও পৰিচালকৰ লগতে ৫ ভাৰতীয়ক আৰাকান সেনাই বন্দী কৰিছিল।
গৃহ মন্ত্ৰণালয়ৰ এক বিবৃতি মতে, ম্যানমাৰৰ এজন সাংসদ, ২ জন স্থানীয় ব্যৱসায়ী আৰু ২জন সামুদ্ৰিক নাও পৰিচালকৰ লগতে ৫ ভাৰতীয়ক আৰাকান সেনাই বন্দী কৰিছিল।
ম্যানমাৰত বন্দী হৈ থকা ৫ ভাৰতীয় নাগৰিকক মুকলি। ভাৰত চৰকাৰে মঙলবাৰে কয় যে, সঠিক সময়ত কৰা হস্তক্ষেপৰ বাবেই ম্যানমাৰৰ ৰখাইনত এটা বিদ্ৰোহী সংগঠনে বন্দী কৰি ৰখা ৫ ভাৰতীয় আৰু এজন সাংসদসহ ম্যানমাৰৰ ৫ নাগৰিকক মুকলি কৰিবলৈ সক্ষম হৈছে।
গৃহ মন্ত্ৰণালয়ৰ এক বিবৃতি মতে, ম্যানমাৰৰ এজন সাংসদ, ২ জন স্থানীয় ব্যৱসায়ী আৰু ২জন সামুদ্ৰিক নাও পৰিচালকৰ লগতে ৫ ভাৰতীয়ক আৰাকান সেনাই বন্দী কৰিছিল। এই লোকসকল পালেণ্টৱাৰ পৰা ৰহাইনলৈ গৈ আছিল। আৰাকান সেনাৰ জিম্মাত এজন ভাৰতীয় নাগৰিকৰ মৃত্যু হয়।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|