ম্যানমাৰত বন্দী ৫ ভাৰতীয় নাগৰিকক মুকলি

News18-Assam
Updated:November 6, 2019, 9:13 AM IST
ম্যানমাৰত বন্দী ৫ ভাৰতীয় নাগৰিকক মুকলি
গৃহ মন্ত্ৰণালয়ৰ এক বিবৃতি মতে, ম্যানমাৰৰ এজন সাংসদ, ২ জন স্থানীয় ব্যৱসায়ী আৰু ২জন সামুদ্ৰিক নাও পৰিচালকৰ লগতে ৫ ভাৰতীয়ক আৰাকান সেনাই বন্দী কৰিছিল।

গৃহ মন্ত্ৰণালয়ৰ এক বিবৃতি মতে, ম্যানমাৰৰ এজন সাংসদ, ২ জন স্থানীয় ব্যৱসায়ী আৰু ২জন সামুদ্ৰিক নাও পৰিচালকৰ লগতে ৫ ভাৰতীয়ক আৰাকান সেনাই বন্দী কৰিছিল।

  • Share this:
ম্যানমাৰত বন্দী হৈ থকা ৫ ভাৰতীয় নাগৰিকক মুকলি। ভাৰত চৰকাৰে মঙলবাৰে কয় যে, সঠিক সময়ত কৰা হস্তক্ষেপৰ বাবেই ম্যানমাৰৰ ৰখাইনত এটা বিদ্ৰোহী সংগঠনে বন্দী কৰি ৰখা ৫ ভাৰতীয় আৰু এজন সাংসদসহ ম্যানমাৰৰ ৫ নাগৰিকক মুকলি কৰিবলৈ সক্ষম হৈছে।

গৃহ মন্ত্ৰণালয়ৰ এক বিবৃতি মতে, ম্যানমাৰৰ এজন সাংসদ, ২ জন স্থানীয় ব্যৱসায়ী আৰু ২জন সামুদ্ৰিক নাও পৰিচালকৰ লগতে ৫ ভাৰতীয়ক আৰাকান সেনাই বন্দী কৰিছিল। এই লোকসকল পালেণ্টৱাৰ পৰা ৰহাইনলৈ গৈ আছিল। আৰাকান সেনাৰ জিম্মাত এজন ভাৰতীয় নাগৰিকৰ মৃত্যু হয়।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading