lND vs NZ: ভাৰতৰ সন্মুখত ২৪০ ৰানৰ লক্ষ্য

News18-Assam
Updated:July 10, 2019, 3:30 PM IST
lND vs NZ: ভাৰতৰ সন্মুখত ২৪০ ৰানৰ লক্ষ্য
নিউজীলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত সংগ্ৰহ কৰে আঠটা উইকেট হেৰুৱাই ২৩৯ ৰান।

নিউজীলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত সংগ্ৰহ কৰে আঠটা উইকেট হেৰুৱাই ২৩৯ ৰান।

  • Share this:
মঙলবাৰে বৰষুণৰ বাবে  ভাৰত আৰু নিউজীলেণ্ডৰ মাজত বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল আধাতে সামৰিব লগীয়া হোৱাৰ পিছত বুধবাৰে ৪৬ অভাৰৰ পৰা আৰম্ভ কৰা খেলখনত  নিউজীলেণ্ডে  মুঠ আঠটা উইকেট হেৰুৱাই ২৩৯ ৰান সংগ্ৰহ কৰে। ফলত ছেমিফাইনেল মেচখনত ভাৰতৰ জয়ৰ বাবে প্ৰযোজন হ’ব ২৪০ ৰান।

নিউজীলেণ্ডৰ ইনিংছ

হেনৰী নিক’লাছ– ২৮(বল্ড জাদেজা)

উইলিয়ামছন–৬৭(কট জাদেজা বল চহল)

ৰ’ছ টেইলৰ– ৭৪(ৰান আউট জাদেজা)

 
First published: July 10, 2019, 3:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি