ব্যৱসায়ৰ কাৰণে সূচল পৰিৱেশ, বিশ্ব ৰেংকিঙত ১০খোজ ওপৰলৈ উঠিল ভাৰত

বিশ্বৰ ১৯০খন দেশৰ ব্যৱসায়–বাণিজ্যৰ ১০টা ক্ষেত্ৰত ২০১৯ চনৰ ১ মে’লৈকে (১২মাহ) সমীক্ষা চলোৱা হৈছিল।

News18-Assam
Updated:October 24, 2019, 8:15 AM IST
ব্যৱসায়ৰ কাৰণে সূচল পৰিৱেশ, বিশ্ব ৰেংকিঙত ১০খোজ ওপৰলৈ উঠিল ভাৰত
বিশ্বৰ ১৯০খন দেশৰ ব্যৱসায়–বাণিজ্যৰ ১০টা ক্ষেত্ৰত ২০১৯ চনৰ ১ মে’লৈকে (১২মাহ) সমীক্ষা চলোৱা হৈছিল।
News18-Assam
Updated: October 24, 2019, 8:15 AM IST
সমগ্ৰ বিশ্বৰ ১১৫খন দেশৰ চৰকাৰে বিগত এবছৰত ২৯৪টা বিকাশমূলক প্ৰকল্প ঘোষণা কৰিছে। উদ্দেশ্য এটা, দেশৰ ভিতৰত বেচৰকাৰী ক্ষেত্ৰত ব্যৱসায়–বাণিজ্যৰ কাম অধিক সহজ কৰি তোলা। ইয়াৰ ফলত এফালে যিদৰে কৰ্মসংস্থাপন বৃদ্ধি পাব পাৰে, আনফালে বাণিজ্যৰ প্ৰসাৰো সম্ভৱ। বিশ্ব বেংকৰ ‘Doing Business 2020’ সমীক্ষাত এয়াই এই কথা প্ৰকাশ পাইছে। বিশ্বৰ ১৯০খন দেশৰ ব্যৱসায়–বাণিজ্যৰ ১০টা ক্ষেত্ৰত ২০১৯ চনৰ ১ মে’লৈকে (১২মাহ) সমীক্ষা চলোৱা হৈছিল। ক্ষুদ্ৰ আৰু মধ্যম শিল্পৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চলোৱা হৈছিল এই সমীক্ষা। এই সমীক্ষাত ভাৰতে ১৪খোজ আগুৱাই ৬৩সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি