• Home
  • »
  • News
  • »
  • world
  • »
  • বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ

বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ

বাংলাদেশক হৰুৱাই চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে

বাংলাদেশক হৰুৱাই চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে

বাংলাদেশক হৰুৱাই চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে

  • Share this:
    বাংলাদেশক হৰুৱাই চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। প্ৰথমে বেটিং কৰি ভাৰতে ৩১৫ ৰানৰ লক্ষ্য বান্ধি দিছিল বাংলাদেশক। নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে ৩১৪ ৰান। প্ৰত্যুত্তৰত ৩১৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি ২৮৬ ৰানতে স্তব্ধ বাংলাদেশ। ৪৮ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৮৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় বাংলাদেশে।
    First published: