ইংলেণ্ডৰ মাটিত শুনা গ’ল দুটাকৈ ৰবীন্দ্ৰ সংগীত

ভাৰত–বাংলাদেশৰ খেলৰ পূৰ্বে বাৰ্মিংহামৰ ষ্টেডিয়ামত বাজি উঠিল ভাৰত আৰু বাংলাদেশৰ জাতীয় সংগীত।

News18-Assam
Updated:July 2, 2019, 3:09 PM IST
ইংলেণ্ডৰ মাটিত শুনা গ’ল দুটাকৈ ৰবীন্দ্ৰ সংগীত
ভাৰত–বাংলাদেশৰ খেলৰ পূৰ্বে বাৰ্মিংহামৰ ষ্টেডিয়ামত বাজি উঠিল ভাৰত আৰু বাংলাদেশৰ জাতীয় সংগীত।
News18-Assam
Updated: July 2, 2019, 3:09 PM IST
এনে মুহূৰ্ত হয়তো খুব কমেই আহে। এফালে বিশ্ব দৰবাৰত দেশ, আনফালে সমগ্ৰ বিশ্বৰ কাণত গুঞ্জৰিত হ’ল দুটাকৈ ৰবীন্দ্ৰ সংগীত।

আজি বিশ্বকাপত বাংলাদেশৰ মুখামুখি হৈছে টীম ইণ্ডিয়া। খেলৰ পূৰ্বে বাৰ্মিংহামৰ ষ্টেডিয়ামত বাজি উঠিল ভাৰত আৰু বাংলাদেশৰ জাতীয় সংগীত। বাজি উঠিল ভাৰতৰ জাতীয় সংগীত ‘জন গণ মন’ আৰু বাংলাদেশৰ জাতীয় সংগীত ‘আমাৰ সোনাৰ বাংলা’। এই দুয়োটা গীতেই লিখিছিল বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে। বিশ্বকবিৰ গীতেৰে আজি এক বিৰল মুহূৰ্তৰ সাক্ষী হ’ল সমগ্ৰ বিশ্ব।
আৰু চাওক পৰৱৰ্তী বাতৰি