ৰোমাঞ্চকৰ পৰ্যায়ত ভাৰত–অষ্ট্ৰেলিয়াৰ মেচ

অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৭ অভাৰত প্ৰয়োজন ১৮১ ৰানৰ

news18assam
Updated:June 9, 2019, 9:53 PM IST
ৰোমাঞ্চকৰ পৰ্যায়ত ভাৰত–অষ্ট্ৰেলিয়াৰ মেচ
অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৭ অভাৰত প্ৰয়োজন ১৮১ ৰানৰ
news18assam
Updated: June 9, 2019, 9:53 PM IST
 

ৰোমাঞ্চকৰ পৰ্যায়ত অৱস্থান কৰিছে চলি থকা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বিশ্বকাপৰ মেচখন। বৰ্তমান ক্ৰীজত আছে অভিজ্ঞ বেটচমেন এছ স্মিথ আৰু ইউ খাৱাজা। ৩৩ অভাৰলৈকে দুটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছে ১৭২ ৰান। স্মিথে ৫৭ টা বলত ৪৭ ৰান কৰাৰ লগতে খাৱাজাই ২৩টা বলত ২২ ৰানত বেটিং কৰি আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি