Ind vs SL: শ্ৰীলংকাই ভাৰতক বান্ধি দিয়ে ২৬৫ ৰানৰ লক্ষ্য

প্ৰথমে বেটিং কৰি শ্ৰীলংকাৰ ২৬৪ ৰান সংগ্ৰহ। ৭ উইকেটৰ বিনিময়ত ২৬৪ ৰান সংগ্ৰহ দলটোৰ।

News18-Assam
Updated:July 6, 2019, 7:09 PM IST
Ind vs SL: শ্ৰীলংকাই ভাৰতক বান্ধি দিয়ে ২৬৫ ৰানৰ লক্ষ্য
প্ৰথমে বেটিং কৰি শ্ৰীলংকাৰ ২৬৪ ৰান সংগ্ৰহ। ৭ উইকেটৰ বিনিময়ত ২৬৪ ৰান সংগ্ৰহ দলটোৰ।
News18-Assam
Updated: July 6, 2019, 7:09 PM IST
টছত জিকি প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ২৬৪ ৰান সংগ্ৰহ কৰে। ৭ উইকেটৰ বিনিময়ত ২৬৪ ৰান সংগ্ৰহ কৰে দলটোৱে। ভাৰতক বান্ধি দিেল ২৬৫ ৰানৰ লক্ষ্য। শ্ৰীলংকাৰ হৈ এঞ্জেলো মেথিউজৰ ১১৩ ৰানৰ বৰঙণি আৰু লাহিৰু থিৰিমানে সংগ্ৰহ কৰে ৫৩ ৰান। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহে দখল কৰে ৩টা উইকেট আৰু পাণ্ডিয়া, জাডেজা, কূলদ্বীপ যাদৱ আৰু ভূৱনেশ্বৰ কুমাৰে দখল কৰে এটাকৈ উইকেট। ইংলেণ্ডৰ য়ৰ্কশ্বায়াৰত অনুষ্ঠিত হৈছে খেলখন।
আৰু চাওক পৰৱৰ্তী বাতৰি