IND vs ENG: ইংলেণ্ড(England)ৰ বিৰুদ্ধে ভাৰতে(India) গুৰুত্বপূৰ্ণ ৯৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে। ইংলেণ্ডৰ ১৮৩ ৰানৰ প্ৰত্য়ুত্তৰত ভাৰতে প্ৰথম ইনিংছত ২৭৮ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ হৈ অপেনাৰ কে এল ৰাহুল আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই অৰ্ধশতক অৰ্জন কৰে। বিপৰীতে ইংলেণ্ডৰ পেচ বলাৰ অলিভাৰ ৰবিনছনে ৫টা আৰু জেমছ এণ্ডাৰছনে ৪ টা উইকেট দখল কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|