• Home
  • »
  • News
  • »
  • world
  • »
  • ইটালীত পুনৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি, শংকাৰ আগজাননী!

ইটালীত পুনৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি, শংকাৰ আগজাননী!

কোৰোনাত মৃত্যুৰ সংখ্যাৰে ইটালী বিশ্বৰ নৱম স্থানত আছে।

কোৰোনাত মৃত্যুৰ সংখ্যাৰে ইটালী বিশ্বৰ নৱম স্থানত আছে।

কোৰোনাত মৃত্যুৰ সংখ্যাৰে ইটালী বিশ্বৰ নৱম স্থানত আছে।

  • Share this:

ইটালীত পুনৰ কোৰোনা ভাইৰাছ। কোৰোনাৰ প্ৰথমটো ঢৌৰ সময়ত সন্ত্ৰাসৰ সৃষ্টি কৰা দেশখনত কোৰোনাৰ নতুন আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে। কোৰোনাত আক্ৰান্ত ৩৯জন লোকৰ কালি শুকুৰবাৰে দেশখনত মৃত্যু হয়। ইয়াৰ আগৰ দিনটোত ৩৬জন লোকৰ মৃত্যু হয়। সংবাদ সংস্থা ৰয়টাৰত এই তথ্য প্ৰকাশ পাইছে।


ইটালীৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে দেশখনত ৩,৮৮২গৰাকী লোকৰ দেহত কোৰোনা চিনাক্ত হয়। ইয়াৰ এদিন আগেয়ে কোৰোনাক ৩,৭৯৪গৰাকী লোক আক্ৰান্ত হয়।


উল্লেখ্য, দেশখনত ১,৩১,৭৬৩গৰাকী লোকৰ মৃত্যু হয়। ইউৰোপত ইউ কেৰ পিছত ইটালীত কোৰোণাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে। কোৰোনাত মৃত্যুৰ সংখ্যাৰে ইটালী বিশ্বৰ নৱম স্থানত আছে।

Published by:Gautam Barman
First published: