VIDEO: বিজয় মালিয়াক দেখা মাত্ৰকেই ‘চোৰ–চোৰ’ কৈ চিঞৰি উঠিল

ANI-এ টুইটাৰত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। য’ত ভাৰত–অষ্ট্ৰেলিয়াৰ খেল চাবলৈ লণ্ডনৰ অ’ভেলত উপস্থিত হোৱা বিজয় মালিয়াই ভিৰৰ মাজেৰে ওলাই আহিছিল। এই ভিৰৰ মাজতে বিজয় মালিয়া চোৰ হ্যে বুলি শ্ল’গান দিছিল।

News18-Assam
Updated:June 10, 2019, 11:21 AM IST
VIDEO: বিজয় মালিয়াক দেখা মাত্ৰকেই ‘চোৰ–চোৰ’ কৈ চিঞৰি উঠিল
ANI-এ টুইটাৰত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। য’ত ভাৰত–অষ্ট্ৰেলিয়াৰ খেল চাবলৈ লণ্ডনৰ অ’ভেলত উপস্থিত হোৱা বিজয় মালিয়াই ভিৰৰ মাজেৰে ওলাই আহিছিল। এই ভিৰৰ মাজতে বিজয় মালিয়া চোৰ হ্যে বুলি শ্ল’গান দিছিল।
News18-Assam
Updated: June 10, 2019, 11:21 AM IST
সুৰা সম্ৰাট বিজয় মালিয়া দেওবাৰে লণ্ডনৰ অ’ভেনত অনুষ্ঠিত হোৱা ভাৰত–অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা খেল চাবলৈ উপস্থিত হৈ লাজত পৰিছিল। পৰিয়ালৰ সৈতে খেল চাই ষ্টেডিয়ামৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে তেওঁক
‘চোৰ–চোৰ’
বুলি শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল। কিছুমানে অশ্লীল গালি–গালাজো কৰিছিল তেওঁক দেখি। কিন্তু বিজয় মালিয়াই প্ৰত্যুত্তৰ দিয়া নাছিল, কেৱল হাঁহিয়েই ওলাই গৈছিল বাহিৰলৈ।

ANI-এ টুইটাৰত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। য’ত ভাৰত–অষ্ট্ৰেলিয়াৰ খেল চাবলৈ লণ্ডনৰ অ’ভেলত উপস্থিত হোৱা বিজয় মালিয়াই ভিৰৰ মাজেৰে ওলাই আহিছিল। এই ভিৰৰ মাজতে বিজয় মালিয়া চোৰ হ্যে বুলি শ্ল’গান দিছিল।

 


আৰু চাওক পৰৱৰ্তী বাতৰি