IND vs NZ: ইনিংছৰ আৰম্ভণীতে বিপদত ভাৰত, ৰোহিত শৰ্মা আৰু বিৰাট কোহলী আউট
News18-Assam Updated:July 10, 2019, 3:48 PM IST

ছেমিফাইনেল মেচখনত ভাৰতৰ জয়ৰ বাবে প্ৰয়োজন হ’ব ২৪০ ৰান
ছেমিফাইনেল মেচখনত ভাৰতৰ জয়ৰ বাবে প্ৰয়োজন হ’ব ২৪০ ৰান
- News18 Assam
- Last Updated: July 10, 2019, 3:48 PM IST
ফলত ছেমিফাইনেল মেচখনত ভাৰতৰ জয়ৰ বাবে প্ৰয়োজন হ’ব ২৪০ ৰান। তাৰ প্ৰত্যুত্তৰত ইনিংছ আৰম্ভ কৰিয়েই উজুটি খালে টিম ইণ্ডিয়াই। দুৰ্দান্ত ফৰ্মত থকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলী উইকেট হেৰুৱালে ভাৰতে!