IND vs NZ: ইনিংছৰ আৰম্ভণীতে বিপদত ভাৰত, ৰোহিত শৰ্মা আৰু বিৰাট কোহলী আউট

News18-Assam
Updated:July 10, 2019, 3:48 PM IST
IND vs NZ: ইনিংছৰ আৰম্ভণীতে বিপদত ভাৰত, ৰোহিত শৰ্মা আৰু বিৰাট কোহলী আউট
ছেমিফাইনেল মেচখনত ভাৰতৰ জয়ৰ বাবে প্ৰয়োজন হ’ব ২৪০ ৰান

ছেমিফাইনেল মেচখনত ভাৰতৰ জয়ৰ বাবে প্ৰয়োজন হ’ব ২৪০ ৰান

  • Share this:
ইনিংছ আৰম্ভ কৰোতেই ভাৰতে হেৰুৱালে দুৰ্দান্ত ফৰ্মত থকা ৰোহিত শৰ্মা।তাৰ পিছৰ অভাৰতে ভাৰতে হেৰুৱালে অধিনায়ক বিৰাট কোহলীৰ উইকেট। মঙলবাৰে বৰষুণৰ বাবে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল আধাতে সামৰিব লগীয়া হোৱাৰ পিছত বুধবাৰে ৪৬ অভাৰৰ পৰা আৰম্ভ কৰা খেলখনত নিউজীলেণ্ডে মুঠ আঠটা উইকেট হেৰুৱাই ২৩৯ ৰান সংগ্ৰহ কৰে।

 

ফলত ছেমিফাইনেল মেচখনত ভাৰতৰ জয়ৰ বাবে প্ৰয়োজন হ’ব ২৪০ ৰান। তাৰ প্ৰত্যুত্তৰত ইনিংছ আৰম্ভ কৰিয়েই উজুটি খালে টিম ইণ্ডিয়াই। দুৰ্দান্ত ফৰ্মত থকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলী উইকেট হেৰুৱালে ভাৰতে!
First published: July 10, 2019, 3:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading