অ’ভেলত শিখৰ ধৱনৰ বিস্ফোৰক শতৰান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৫টা বলত ধৱনে সম্পূৰ্ণ কৰে শতৰান।

news18assam
Updated:June 9, 2019, 5:27 PM IST
অ’ভেলত শিখৰ ধৱনৰ বিস্ফোৰক শতৰান
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৫টা বলত ধৱনে সম্পূৰ্ণ কৰে শতৰান।
news18assam
Updated: June 9, 2019, 5:27 PM IST
চলিত বিশ্বকাপৰ দ্বিতীয়খন খেলত শতৰান ভাৰতৰ বিস্ফোৰক বেটছমেন শিখৰ ধৱনৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৫টা বলত ধৱনে সম্পূৰ্ণ কৰে শতৰান। ১৩টা চাৰিৰ সহায়ত ধৱনে সজালে নিজৰ আকৰ্ষণীয় ইনিংছ। ইংলেণ্ডৰ অ’ভেলত অনুষ্ঠিত হৈছে খেলখন। ইয়াৰ পূৰ্বে প্ৰথমখন খেলত টীম ইণ্ডিয়াই পৰাস্ত কৰিছিল দক্ষণ আফ্ৰিকাক।
আৰু চাওক পৰৱৰ্তী বাতৰি