চলিত বিশ্বকাপৰ দ্বিতীয়খন খেলত শতৰান ভাৰতৰ বিস্ফোৰক বেটছমেন শিখৰ ধৱনৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৫টা বলত ধৱনে সম্পূৰ্ণ কৰে শতৰান। ১৩টা চাৰিৰ সহায়ত ধৱনে সজালে নিজৰ আকৰ্ষণীয় ইনিংছ। ইংলেণ্ডৰ অ’ভেলত অনুষ্ঠিত হৈছে খেলখন। ইয়াৰ পূৰ্বে প্ৰথমখন খেলত টীম ইণ্ডিয়াই পৰাস্ত কৰিছিল দক্ষণ আফ্ৰিকাক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 09, 2019, 17:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।