মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »বিশ্বকাপৰ পৰা বাহিৰ হ’ল শিখৰ ধৱন, টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত ঋষভ পন্ত

বিশ্বকাপৰ পৰা বাহিৰ হ’ল শিখৰ ধৱন, টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত ঋষভ পন্ত

চলিত বিশ্বকাপত মাত্ৰ দুখন মেচ খেলিছে ধৱনে। প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১২ বলত ৮ ৰান সংগ্ৰহ কৰিছিল যদিও দ্বিতীয়খন খেলত দৰ্শনীয় শতৰান অৰ্জন কৰিছিল।

  • Share this:
    আই চি চি ক্ৰিকেট বিশ্বকাপত টীম ইণ্ডিয়াৰ বাবে এক মোক্ষম আঘাত। PTIৰ খবৰ অনুসৰি, আঘাতৰ সমস্যাৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হ’ল শিখৰ ধৱন। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত আঙুলিত আঘাত পাইছিল ধৱনে। টীম ইণ্ডিয়াৰ ফালৰ পৰা কোৱা হৈছিল যে টুৰ্ণামেণ্টৰ অন্তিম লীগ মেচলৈ সুস্থ হৈ উঠিব ধৱন। কিন্তু এতিয়া দলৰ পৰাই বাহিৰ হ’বলগীয়া হ’ল বিস্ফোৰক অপেনাৰগৰাকী। শিখৰ ধৱনৰ স্থানত টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছে ঋষভ পন্তক।

    শিখৰ ধৱন দলৰ পৰা বাহিৰ হ’বলগীয়াটো ভাৰতীয় দলৰ বাবে এক বেয়া খবৰ। চলিত বিশ্বকাপত মাত্ৰ দুখন মেচ খেলিছে ধৱনে। প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১২ বলত ৮ ৰান সংগ্ৰহ কৰিছিল যদিও দ্বিতীয়খন খেলত দৰ্শনীয় শতৰান অৰ্জন কৰিছিল। ধৱনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০৯ বলত সংগ্ৰহ কৰিছিল ১১৭ ৰান।

    শেহতীয়া বাতৰি