ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ বেটিং সমাপ্ত, ৱেষ্ট ইণ্ডিজৰ সন্মুখত ২৬৯ ৰানৰ লক্ষ্য

নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত টীম ইণ্ডিয়াই সংগ্ৰহ কৰিছে ২৬৮ ৰান।

News18-Assam
Updated:June 27, 2019, 7:04 PM IST
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ বেটিং সমাপ্ত, ৱেষ্ট ইণ্ডিজৰ সন্মুখত ২৬৯ ৰানৰ লক্ষ্য
নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত টীম ইণ্ডিয়াই সংগ্ৰহ কৰিছে ২৬৮ ৰান।
News18-Assam
Updated: June 27, 2019, 7:04 PM IST
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ বেটিং সমাপ্ত। নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত টীম ইণ্ডিয়াই সংগ্ৰহ কৰিছে ২৬৮ ৰান। ৱেষ্ট ইণ্ডিজক জয়ৰ বাবে ২৬৯ ৰানৰ লক্ষ্য বান্ধি দিলে ভাৰতে।

ভাৰতৰ হৈ কে এল ৰাহুলে ৪৮ ৰান, ৰোহিত শৰ্মাই ১৮ ৰান, বিৰাট কোহলীয়ে ৭২ ৰান, বিজয় শংকৰে ১৪ ৰান, কেদাৰ যাদৱে ৭ ৰান, মহেন্দ্ৰ সিং ধোনীয়ে ৫৬ ৰান, হাৰ্দিক পাণ্ডিয়াই ৪৬ ৰান সংগ্ৰহ কৰে।

ৱেষ্ট ইণ্ডিজৰ ছেল্ডন কট্ৰেলে দুটা, কেমাৰ ৰোচে ৩টা, জেছন হ’ল্ডাৰে দুটা উইকেট দখল কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি