বাংলাদেশৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ বিস্ফোৰক শতৰান

৯০টা বলত ৰোহিত শৰ্মাই সম্পূৰ্ণ কৰে শতৰান।

News18-Assam
Updated:July 2, 2019, 5:10 PM IST
বাংলাদেশৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ বিস্ফোৰক শতৰান
৯০টা বলত ৰোহিত শৰ্মাই সম্পূৰ্ণ কৰে শতৰান।
News18-Assam
Updated: July 2, 2019, 5:10 PM IST
বাৰ্মিংহামত বাংলাদেশৰ বিৰুদ্ধে দৰ্শনীয় শতৰান অৰ্জন ৰোহিত শৰ্মাৰ। ৯০টা বলত ৰোহিত শৰ্মাই সম্পূৰ্ণ কৰে শতৰান। শতৰানৰ পিছতে আউট হয় বিস্ফোৰক বেটছমনগৰাকী। মুঠ ১০৪ ৰানৰ দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে ৰোহিত শৰ্মাই।

বাৰ্মিংহামত চলি আছে ভাৰত আৰু বাংলাদেশৰ খেল। টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ভাৰতে।  ৰোহিত শৰ্মাই বিশ্বকাপত সম্পূৰ্ণ কৰিলে ৫০০ ৰান। শচীন তেণ্ডুলকাৰৰ পিছত এই কৃতিত্বৰ অধিকাৰী হ’ল ৰোহিত শৰ্মা।

বিশ্বকাপত চতুৰ্থটো শতৰান অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বেটছমেনৰূপে পৰিগণিত হ’ল ৰোহিত শৰ্মা।
আৰু চাওক পৰৱৰ্তী বাতৰি