IND vs BAN: ছেমিত প্ৰৱেশৰ লক্ষ্যৰে বাংলাদেশৰ বিৰুদ্ধে যুঁজ দিব ভাৰতে

আজি বিশ্বকাপত টীম ইণ্ডিয়াৰ সন্মুখত বাংলাদেশ। ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে যুঁজত নামিব ভাৰত। ভাৰতৰ হাতত পৰাজয় মানেই বিশ্বকাপৰ যুঁজৰ পৰা বাহিৰ হ’ব বাংলাদেশ।

News18-Assam
Updated:July 2, 2019, 10:02 AM IST
IND vs BAN: ছেমিত প্ৰৱেশৰ লক্ষ্যৰে বাংলাদেশৰ বিৰুদ্ধে যুঁজ দিব ভাৰতে
আজি বিশ্বকাপত টীম ইণ্ডিয়াৰ সন্মুখত বাংলাদেশ। ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে যুঁজত নামিব ভাৰত। ভাৰতৰ হাতত পৰাজয় মানেই বিশ্বকাপৰ যুঁজৰ পৰা বাহিৰ হ’ব বাংলাদেশ।
News18-Assam
Updated: July 2, 2019, 10:02 AM IST
আজি বিশ্বকাপত টীম ইণ্ডিয়াৰ সন্মুখত বাংলাদেশ। ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে যুঁজত নামিব ভাৰত। ভাৰতৰ হাতত পৰাজয় মানেই বিশ্বকাপৰ যুঁজৰ পৰা বাহিৰ হ’ব বাংলাদেশ। অৱশ্যে ভাৰতক পৰাজয় কৰিব পাৰিলেও ছেমিত প্ৰৱেশৰ পথ সহজ নহ’ব বাংলাদেশৰ। কাৰণ বাংলাদেশৰ দলটো ছেমিত প্ৰৱেশ কৰিবলৈ হ’লে পাকিস্তানকো পৰাস্ত কৰিব লাগিব। ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা বাৰ্মিংহামৰ এডজবাষ্টনত আৰম্ভ হ’ব মেচখন।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি