India Vs New Zealand: তৃতীয়টো উইকেটৰ পতন নিউজীলেণ্ডৰ

যুছবেন্দ্ৰ চহলৰ বলত ৰবীন্দ্ৰ জাডেজাৰ হাতত কেছ তুলি দিলে নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে।

News18-Assam
Updated:July 9, 2019, 5:48 PM IST
India Vs New Zealand: তৃতীয়টো উইকেটৰ পতন নিউজীলেণ্ডৰ
যুছবেন্দ্ৰ চহলৰ বলত ৰবীন্দ্ৰ জাডেজাৰ হাতত কেছ তুলি দিলে নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে।
News18-Assam
Updated: July 9, 2019, 5:48 PM IST
ভাৰতৰ বিৰুদ্ধে নিউজীলেণ্ডে ৩টা উইকেট হেৰুৱালে। ৬৭ ৰানত যুছবেন্দ্ৰ চহলৰ চিকাৰ হ’ল কেন উইলিয়ামছন।
আৰু চাওক পৰৱৰ্তী বাতৰি