নিউজীলেণ্ডক ১১৯ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত ইংলেণ্ড

প্ৰথমে বেটিং কৰি নিউজীলেণ্ডক ৩০৬ ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে।

News18-Assam
Updated:July 3, 2019, 10:57 PM IST
নিউজীলেণ্ডক ১১৯ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত ইংলেণ্ড
প্ৰথমে বেটিং কৰি নিউজীলেণ্ডক ৩০৬ ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে।
News18-Assam
Updated: July 3, 2019, 10:57 PM IST
চলিত বিশ্বকাপত স্থান নিশ্চিত কৰিলে আয়োজক দেশ ইংলেণ্ডে। নিউজীলেণ্ডৰ বিৰুদ্ধে ১১৯ ৰানত বৃহৎ জয় ইংলেণ্ডৰ। অষ্ট্ৰেলিয়া আৰু ভাৰতৰ পিছত ছেমি ফাইনেলত প্ৰৱেশ কৰা তৃতীয়টো দল হ’ল ইংলেণ্ড। ইংলেণ্ডৰ এই জয়ে পাকিস্তানৰ ছেমিত প্ৰৱেশৰ আশাত চেঁচাপানী ঢালিলে। প্ৰথমে বেটিং কৰি নিউজীলেণ্ডক ৩০৬ ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে। প্ৰত্যুত্তৰত নিউজীলেণ্ডে কেৱল ১৮৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি