বিশ্বকাপত এটা ইনিংছত হ’ব পাৰে ৫০০ ৰাণ !

বিশ্ৱকাপৰ বাবে আইচিচি এও সলনি কৰিছে কিছু খেলৰ নিয়ম । তাৰ মাজতে আইচিচিয়ে স্ক’ৰ কাৰ্ডত কৰিছে পৰিৱৰ্তন ।

news18assam
Updated:May 17, 2019, 5:40 PM IST
বিশ্বকাপত এটা ইনিংছত হ’ব পাৰে ৫০০ ৰাণ !
বিশ্ৱকাপৰ বাবে আইচিচি এও সলনি কৰিছে কিছু খেলৰ নিয়ম । তাৰ মাজতে আইচিচিয়ে স্ক’ৰ কাৰ্ডত কৰিছে পৰিৱৰ্তন ।
news18assam
Updated: May 17, 2019, 5:40 PM IST
অহা ৩০ মে’ৰ পৰা ইংলেণ্ডত আৰম্ভ হ’ব বিশ্বকাপ ক্ৰিকেট । বিশ্বকাপক লৈ এতিয়া উৎসুকতা বৃদ্ধি পাইছে বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ মাজত । বিশ্ৱকাপৰ বাবে আইচিচি এও সলনি কৰিছে কিছু খেলৰ নিয়ম । তাৰ মাজতে আইচিচিয়ে স্ক’ৰ কাৰ্ডত কৰিছে পৰিৱৰ্তন ।  আগন্তুক বিশ্বকাপত স্কৰকাৰ্ডৰ নম্বৰ ৫০০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আইচিচি য়ে ।



 

এইবাৰ বিশ্ৱকাপত এটা ইনিংছত ৫০০ ৰাণ পৰ্যন্ত হোৱাৰ সম্ভাৱনা দেখিছে আইচিচি এ । বিশ্ৱকাপত অংশগ্ৰহণ কৰা দল সমূহৰ শেহতীয়া প্ৰদৰ্শনৰ পৰা এই অনুমান কৰিছে আইচিচিয়ে । কেইদিনমান পূৰ্বে ইংলেণ্ডৰ মাটিত পাকিস্তান আৰু ইংলেণ্ডৰ মাজত হোৱা শৃংখলাত দুয়োটা দলে অতি সহজে ৩৫০ ৰ ঘৰ অতিক্ৰম কৰিছিল ।ইয়াৰ আগতে বিশ্বকাপত সৰ্বাধিক স্কৰ কাৰ্ড আছিল ৪০০ ।



 
আৰু চাওক পৰৱৰ্তী বাতৰি