অসমৰ ৰাজনীতিৰ চানক্য বুলি জনাযায় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাক। বৰ্তমান ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বতো আছে হিমন্ত বিশ্ব শৰ্মা।
অসমৰ ৰাজনীতিৰ চানক্য বুলি জনাযায় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাক। বৰ্তমান ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বতো আছে হিমন্ত বিশ্ব শৰ্মা।
অসমৰ ৰাজনীতিৰ চানক্য বুলি জনাযায় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।এইবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি আৰু NEDA ৰ অংশীদাৰ দল কেইটাৰ চমকপ্ৰদ সফলতাৰ আৰঁত আছে হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতা।
বৰ্তমান ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা। সেইসময়তে হিমন্তই লাভ কৰিছে অন্য এক গুৰু দায়িত্ব। এছিয়া বেডমিণ্টন সন্থাৰ উপ–সভাপতি হিচাপে নিৰ্বাচিত হৈছে অসমৰ প্ৰভাৱশালী মন্ত্ৰীজন। শণিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত মুঠ ৪০ টা ভোটৰ ভিতৰত ৩৫ টা ভোট লাভ কৰি এছিয়া বেডমিণ্টন সন্থাৰ উপ সভাপতি হিচাপে নিৰ্বাচিত হয় ড০ শৰ্মা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|